Begin typing your search above and press return to search.
মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰ বিতৰন

ডিফু কৃষি খেলপথাৰত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰ বিতৰনৰ এক অনুষ্ঠান আয়োজন কৰা হয়।অনুষ্ঠান খনত ৰাজ্যিক এইচএডি মন্ত্ৰী চুম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে জনায় যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সফলতাৰে তেওঁ দিয়া কথাৰ মান ৰাখি প্ৰতিখন ৰাজহ গাওঁতে ট্ৰেক্টৰ বিতৰন কৰিছে।আমৰেং আৰু চিনগঠংৰ পৰা কোনো ধৰনৰ প্ৰস্তাৱ গ্ৰহন নকৰাকৈ চিইএম তুলিৰাম ৰংহঙে অহা ১১ আগষ্টত ১৪৯খন ট্ৰেক্টৰ পশ্চিম কাৰ্বি আংলংত বিতৰন কৰিব।
Next Story