কাইলৈ পুৱা ১০বজাত বিশ্ব বিজয়ী হিমা দাসৰ সমূহ পৰিয়ালক অভিনন্দন জনাবলৈ হিমাৰ ঘৰত উপস্থিত হব মুখ্যমন্ত্ৰী সোণোৱাল। ঘৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লগতে মুখ্য অতিথি ৰূপে উপস্থিত থাকি নগাঁৱৰ নেহেৰুবালিত মহিলা সমাৰোহত অংশ গ্ৰহন কৰিব।
Begin typing your search above and press return to search.