Begin typing your search above and press return to search.

মোহময়ী কৰিনাৰ চকুৰ আইলিনাৰ কিছু ষ্টাইল

মোহময়ী কৰিনাৰ চকুৰ আইলিনাৰ কিছু ষ্টাইল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2018 12:20 PM GMT

কৰিনা কাপুৰ খানৰ ষ্টাইল,শৰীৰৰ গঠন,চুলিৰ ৰঙ,ছালৰ উজ্জ্বলতাই অতীজৰে পৰা সকলোকে মোহিত কৰি আহিছে যদিও কৰিনাৰ চকুত লোৱা আইলিনাৰ ষ্টাইল সদায় একে দেখা পোৱা গৈছে।এই ষ্টাইলে সকলোকে মোহিত কৰি আহিছে।

কৰিনাৰ চকুৰ আইলিনা প্ৰায় ভাগ ব্লাৰ আৰু ডিফিউচদ কেট/ওইংৰ দৰে।কৰিনাই প্ৰায় লিকুইড আইলিনা ব্যৱহাৰ কৰে আৰু চৰাইৰ পাখিৰ দৰে ধুনীয়াকৈ চকুত আকে আৰু পিছত পেঞ্চিল লাইনাৰে ডাঠকৈ আকি লয় আৰু শেষত ব্ৰাছেৰে ধূসৰ কৰি লয়।তলত সুন্দৰ চকু তঠা আইলিনাৰ অঁকা কৰিনাৰ কিছু ফটো,

Next Story
চাকৰি