গুৱাহাটী-নগাঁও অভিমুখী আহি থকা ট্ৰেভেলা দুৰ্ঘটনাগ্ৰস্ত।মৰিগাঁও নেলীৰ মকৰিয়াত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল ট্ৰেভেলাৰ খন। সংঘটিত হোৱা পথ দুৰ্ঘটনাটিত এজন লোক থিতাতে নিহত হয়।আনহাতে ১৫জন যাত্ৰী গুৰুতৰভাৱে আহত হয় ।জানি পৰা মতে,থিতাতে নিহত হোৱা লোকজনৰ নাম অৰিজিত্ ভট্টাচাৰ্য।
Begin typing your search above and press return to search.