Begin typing your search above and press return to search.
যান বাহন আইন উলংঘাকাৰীসকলৰ ক্ষেত্ৰত যান বাহন আৰক্ষীৰ বিশেষ তথ্য

গুৱাহাটী যান বাহন আৰক্ষীৰ দ্বাৰা চলোৱা এক অভিযানৰ এক তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিলত যান বাহন নিয়ম উলংঘাকাৰীসকলৰ পৰা ৪০,৫৩,৩০০ টকা সংগ্ৰহ কৰে ৷ ইয়াৰ ভিতৰত হেলমেট পৰিধান নকৰি বাহন চলোৱাৰ সকলৰ ক্ষেত্ৰত ৭,০৭৬ টা কেছ,চীট বেল্ট পৰিধান নকৰাসকলৰ ২,১৬৯ টা কেছ,টিন্টেদ গ্লাছৰ ক্ষেত্ৰত ৮৩১ টা কেছ,মদ্য পান কৰি বাহন চলোৱাৰ ক্ষেত্ৰত ৫৫৮ টা কেছ,লাইচেন্স জব্দ কৰাৰ ক্ষেত্ৰত ২২১ টা কেছ, ৪৩৮২ টা কৰ্ট কেছৰ সহিতে আইন উলংঘাকাৰীসকলৰ কেছ হৈছে ১৬,৮২১ টা ।
উল্লেখযোগ্য যে এই সকলোবোৰৰ ভিতৰত হেলমেট পৰিধান নকৰি বাহন চলোৱাৰ সংখ্যা সকলোতকৈ অধিক ।
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি
Next Story