শিলচৰৰ কনকপুৰ ৰোডৰ ৰাধামাধৱ চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত চুত্তু প্ৰচেষ্টা নামৰ এটি বেচৰকাৰী সংস্থাই শাৰীৰিক চৰ্চা কেন্দ্ৰ তথা যোগা চেণ্টাৰ এটি মুকলি কৰে ।যোগা চেণ্টাৰটি মুকলি হোৱাত চুত্তু প্ৰচেষ্টাই সহযোগিতা আগবঢ়ায় । উদ্ধোধনী অনুষ্ঠান উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক আৰু লেখক চনাত কয়ৰীয়ে মত প্ৰকাশ কৰে যে; শাৰীৰিক ব্যায়াম তথা শাৰীৰিক চৰ্চা শৰীৰ বাবে সকলো লোকৰ বাবে লাভজনক ।ইয়াৰ লগতে বেচৰকাৰী সংগঠনটোৰ উপদেশ কৰ্মী বিক্ৰমজিত চক্ৰবৰ্তী আৰু ৰাজীৱ চৌধুৰীয়েও শাৰীৰিক ব্যায়মৰ সুবিধা তথা লাভৰ বিষয়ে মত প্ৰদান কৰে ।
Begin typing your search above and press return to search.