Top
Begin typing your search above and press return to search.

যোৰহাট জিলা উপায়ুক্তই দণ্ডাধীশ নিয়মৰে তদন্তৰ নিৰ্দেশ

যোৰহাট জিলা উপায়ুক্তই দণ্ডাধীশ নিয়মৰে তদন্তৰ নিৰ্দেশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jun 2018 12:34 PM GMT

যোৰহাট মেডিকেল ক'লেজৰ কনিষ্ঠ চিকিৎসকৰ ওপৰত প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত যোৰহাট জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰে দণ্ডাধীশ নিয়মৰে তদন্তৰ চলাবলৈ নিৰ্দেশ প্ৰদান কৰে।

Next Story