যোৱাকালি অনুষ্ঠিত হৈ যোৱা ২০১৮ফিফা বিশ্বকাপৰ খেল সমূহৰ ফলাফল

যোৱাকালি অনুষ্ঠিত হৈ যোৱা ২০১৮ফিফা বিশ্বকাপৰ খেল সমূহৰ ফলাফল
Published on

কস্তোৰিকা আৰু চাৰ্বিয়াৰ মাজত হোৱা খেল খনত চাৰ্বিয়াই ১টা গ'ল দি কস্তোৰিকাক পৰাজয় কৰিবলৈ সক্ষম হয়।

জাৰ্মানী আৰু মেক্সিকোৰ মাজত হোৱা খেলত মেক্সিকোই ১টা গ'ল দি জাৰ্মানীক পৰাস্ত কৰে ।

ব্ৰাজিল আৰু চুইটজাৰলেণ্ডৰ মাজত হোৱা খেল খনত দুয়োটা দলে ১টাকৈ গ'ল দি খেল খন ড্ৰ' কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com