লক্ষিমপুৰ জিলাৰ পহুমৰা ৰাজগড় কছাৰী নেপালী গাঁওত এটা বিবাহিত ৰাজেন নেৱাৰ নামৰ লম্পট এটাই এগৰাকী মুকবধিৰ যুৱতীক ধৰ্ষণ কৰা কাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।গাঁওৰ নামঘৰত চলি থকা কীৰ্তনলৈ যোৱাৰ পথত মুখত সোপাদি হাবিলৈ টানি নি লম্পটটোৱে অসৎ কামনা চৰিতাৰ্য্য কৰে।চিলনীবাৰী আৰক্ষীয়ে ইতিমধ্যে লম্পটটোক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।যুৱতীগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে লম্পদটোক ফাচী দিবলৈ দাবী উত্থাপন কৰিছে।
Begin typing your search above and press return to search.