লক্ষীমপুৰত নৃত্য আৰু ফেশ্বন শ্ব' প্ৰতিযোগিতাৰ আয়োজন

লক্ষীমপুৰত নৃত্য আৰু ফেশ্বন শ্ব' প্ৰতিযোগিতাৰ আয়োজন
Published on

যোৱা শনিবাৰে নিশা লক্ষীমপুৰ জিলাত ৰাজ্যিক পৰ্যায়ত নৃত্য আৰু ফেশ্বন শ্ব' প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । অনুষ্ঠান খন লক্ষীমপুৰৰ ডাইনামিক বয়ছ সংস্থাই লক্ষীমপুৰ সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰে । অনুষ্ঠান খনত ৰাজ্য খনৰ বিভিন্ন দিশৰ মুঠ ৭৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহন কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com