Begin typing your search above and press return to search.

লক্ষী পূজাৰ প্ৰস্তুতি চলাইছে যোৰহাটৰ শিল্পীয়ে

লক্ষী পূজাৰ প্ৰস্তুতি চলাইছে যোৰহাটৰ শিল্পীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Oct 2018 7:13 AM GMT

দূৰ্গা পূজাৰ পিছতে এইবাৰ পালন কৰা হ'ব লক্ষী পূজা । সমগ্ৰ ৰাজ্যত কাইলৈ অৰ্থাৎ বুধবাৰে পালন কৰা হ'ব লক্ষী পূজা ।৫-৬ খন পূজা স্থলীৰ বাহিৰে বাকী সকলো মণ্ডপতে লক্ষী পূজাৰ আয়োজন কৰা হ'ব বুলি যোৰহাট চহৰ পূজা কমিটিৰ সদস্য গৌতম হাজাৰে মত প্ৰকাশ কৰে । লক্ষী দেৱীৰ মূৰ্ত্তি নিৰ্মানৰ বাবে কোচ বিহাৰ,কলকতা আৰু মালদাহৰ পৰা মুঠ ৭ টা শিল্পী দল অনা হৈছে ।বজাৰ সমূহত ফল-মূল,পূজাৰ সামগ্ৰীৰে উভৈনদী হৈ পৰিছে বুলি মত প্ৰকাশ কৰে পূজা আয়োজক কমিটিৰ সভাপতি অজয় নন্দীয়ে ।

Next Story
চাকৰি