লখিমপুৰ জিলাৰ ১৫খন ৰাজহ গাঁও পানীৰ কবলত

লখিমপুৰ জিলাৰ ১৫খন ৰাজহ গাঁও পানীৰ কবলত
Published on: 

লখিমপুৰৰ শিঙৰা নদীৰ বাঢ়নী পানীৰ ধ্বংসলীলা অব্যাহত।যোৱা সোম বাৰে নিশা দোলাহাট তিনিআলিৰ ওচৰত থকা কনফাৰডাম এটা পথৰ ওপৰেদি বাগৰি অহা পানীয়ে উতোৱাই নিয়ে। জলসম্পদ বিভাগে আৰু লখিমপুৰ জিলাৰ প্ৰশাসনে ১৩দিনৰ পৰা দোলাহাট-ফুলবাৰীৰ সংযোগী পথৰ বিনষ্ট হৈ থকা পথচোৱাৰ মেৰামতিৰ ব্যৱস্থা কৰি থকা সময়তে বাঢ়ি নদীত থকা কনফাৰদাম এটা বাঢ়নী পানীয়ে উটুৱাই নিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com