লণ্ডনত নিজৰ বন্ধুৰ সৈতে ফটোৰ বাবে প'জ দিলে চুহানা খানে;ফটো আৰু ভিডিঅ'

চুহানা খান কেৱল নিজ পিতৃ শ্বাহৰুখ খানৰে প্ৰিয় নহয় তাৰোপৰি ইণ্টাৰনেট জগত খনতো সকলোৰে প্ৰিয় চুহানা । চুহানাৰ নিজৰ ব্যক্তিগত একাউণ্টত যি ফটো নাইবা পোষ্ট প্ৰকাশ নকৰক কিয় সেই ফটো বা পোষ্ট লগে লগে চ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । কিছুদিন পূৰ্বে চুহানা ১৮বছৰ সম্পূৰ্ন কৰিলৈ আৰু তাৰে কিছুদিন পিছত প্ৰথম বাৰৰ বাবে 'ভগ' মেগাজিন খনৰ কভাৰ পেজ তথা বেটুপাতত চুহানাৰ সুন্দৰ ফটো প্ৰকাশ পাইছিল ।
বৰ্তমান চুহানা অধ্যয়নৰ বাবে ইংলেণ্ডত আছে আৰু ইনষ্টাৰ জৰিয়তে প্ৰকাশিত ফটোই সমগ্ৰ ইণ্টাৰনেটতে লগাইছে বিশেষ তুলপাৰ । তলত কিছুমান ইনষ্টাৰ জৰিয়তে প্ৰকাশ পোৱা ভিডিঅ' আৰু ফটো প্ৰকাশ কৰা হ'ল।
https://www.instagram.com/p/BpJeLP1la0q/?taken-by=suhanakha2
https://www.instagram.com/p/BpG_fpxlLF7/?taken-by=suhanakha2
https://www.instagram.com/p/BotcBx_loTF/?taken-by=suhanakha2
https://www.instagram.com/p/BpHh792FDhq/?taken-by=suhanakha2
https://www.instagram.com/p/BpKW1YRFUFe/?taken-by=suhanakha2