লাওখোৱা বন্যপ্ৰানী অভয়াৰন্যত ১০০০তকৈ অধিক মাছৰ মৃত্যু

লাওখোৱা বন্যপ্ৰানী অভয়াৰন্যত ১০০০তকৈ অধিক মাছৰ মৃত্যু
Published on

নগাঁও লাওখোৱা বন্যপ্ৰানী অভয়াৰন্যত পানীত বিষক্ৰিয়া হৈ ১০০০তকৈ অধিক মাছৰ লগতে অন্য জীৱও মৃত্যু মুখত পৰে । জানিব পৰা মতে,কোনো দূৰ্বৃত্তই পানীত বিষ মিহলোৱাৰ ফলত এনে দূৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় । কিছুদিনৰ পৰা সেই পানীত থকা মাছৰ লগতে অন্যান্য বহু জীৱৰ ইতিমধ্যে মৃত্যু হৈছে । ইয়াৰ বাবে স্থানীয় ৰাইজে বনাঞ্চলৰ কৰ্তৃপক্ষ আৰু কৰ্মচাৰী সকলৰ অৱহেলাৰ বাবে এনে ঘটনা সংঘটিত হয় বুলি অভিযোগ প্ৰদান কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com