জনতা ভৱনত নিৰ্বাচনী আয়োগৰ সংবাদমেল: আগন্তুক লোকসভা নিৰ্বাচনত থাকিৱ কেতবোৰ নতুন নিয়মাৱলী

জনতা ভৱনত নিৰ্বাচনী আয়োগৰ সংবাদমেল। আগন্তুক লোকসভা নিৰ্বাচনত থাকিৱ কেতবোৰ নতুন নিয়মাৱলী।
স্বচ্ছ আৰু নিকা ভাৱে গণতান্ত্ৰিক নিৰ্বাচনৰ বাবে বিভিন্ন নীতি অবলম্বন কৰিছে নিৰ্বাচনী আয়োগে। অপপ্ৰচাৰ, মিছা বাতৰি পৰিৱেশ যাতে কৰিৱ নোৱাৰে তাৰ বাবে নিৰ্বাচনী আয়োগে বিশেষ নীতি ধাৰ্য্য কৰিছে। কোনো প্ৰাৰ্থীয়ে বাতৰি কাকত, বৈদ্যুতিক মাধ্যম আৰু প্ৰচাৰ পত্ৰত প্ৰকাশ কৰিবলৈ হলে অনুমতি লব লাগিৱ নিৰ্বাচনী আয়োগৰ।
নিৰ্বাচনী আয়োগৰ মুখ্য বিষয়া মুকেশ চাহুৱে উল্লেখ কৰে যে ইতিমধ্যে প্ৰতিখন জিলাতে নিৰ্বাচন আয়োগৰ দল গঠন কৰা হৈছে। ভোটাধিকাৰ বাবে এইবাৰ নতুন পদক্ষেপ। ভোট প্ৰদান কৰাৰ পিছত ওলাব ৰিচিপ আৰু এই ৰিচিপত থাকিৱ ভোটাধিকাৰ নাম আৰু তেওঁ প্ৰদান প্ৰাৰ্থীৰ সংকেত চিহ্ন। লোকসভা নিৰ্বাচনত মুঠ ২,১৭,৬০,৬০৬ জন ভোটাৰে সাব্যস্ত নিৰ্ণয় কৰিৱ ১৪ জন লোকসভা সমষ্টি নেতাক। ডি ভোটাৰে প্ৰদান কৰিৱ নোৱাৰে নিজৰ ভোট।