ৰাচিয়া বিশ্বকাপত শুকুৰবাৰে নিশা গ্ৰুপ ই'ৰ অতি গুৰুত্বপূৰ্ন খেল এখনত চাৰ্বিয়া ছুইজাৰলেন্ডৰ মুখামুখি হব।চাৰ্বিয়াই প্ৰথমখন খেলত কস্তাৰিকাক ১-০ গ'লত পৰাস্ত কৰাৰ বিপৰিতে ছুইজাৰলেণ্ডে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ বিৰুদ্ধে ড্ৰ খেলি আত্মবিশ্বাসৰ তুংগত আছে।বিজয়ী হোৱা দলতো নকআউটলৈ যোৱাতো প্ৰায় নিশ্চিত হ'ব আজি।
Begin typing your search above and press return to search.