ধুবুৰী জিলাৰ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি ১ জুলাইৰ পৰা ৰক্তদান শিবিৰ আয়োজন কৰিছে।সভাত আদৰনি ভাষন প্ৰদান কৰে বিদ্যালয় ব্যৱস্থাপনা সমিতিৰ সভাপতি ড° দিপেন্দ্ৰ কুমাৰ অধিকাৰীয়ে আৰু সভাৰ উদেশ্য বাখ্যা কৰে উদযাপন সমিতিৰ সম্পাদক অনুব্ৰত চক্ৰৱৰ্তীয়ে।তেওঁ ভাষনত কয় যে বছৰতোত নানাধৰনৰ কাৰ্য্যসুচীৰ লগতে শেষত সাস্কৃতিক অনুস্থানৰ আয়োজন কৰা হব।অনুস্থানত বিদ্যালয় ব্যৱস্থাপনা সমিতি আৰু উদযাপন সমিতিৰ সদস্য,শিক্ষক,অভিভাৱক,ছাত্ৰ-ছাএী সকলে ৰক্তদান কৰে।
Begin typing your search above and press return to search.