Begin typing your search above and press return to search.

শিক্ষা মন্ত্ৰীয়ে সচিবালয়ৰ কৰ্মচাৰী সকলৰ সৈতে আলোচনা মিলিত

শিক্ষা মন্ত্ৰীয়ে সচিবালয়ৰ কৰ্মচাৰী সকলৰ সৈতে আলোচনা মিলিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 July 2018 6:48 AM GMT

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ নিৰ্দেশ অনুসৰি অসম সচিৱালয়ৰ প্ৰাথমিক শিক্ষা বিভাগৰ কৰ্মচাৰী চন্দন ককতিক চাকৰিৰ পৰা বৰ্খাস্ত কৰে।জানিব পৰা মতে; শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই চন্দন কাকতিক জনতা ভৱনত মাতি নি বিভাগৰ বিষয়ত বদলিকৰণ কাৰনত কাকতিক বেয়া ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপিত হয়। উক্ত ঘটনা সন্দৰ্ভত সচিবালয়ৰ কৰ্মচাৰী সকলৰ সৈতে হোৱা আলোচনাত অহা ১৬জুলাইত এখন সভা অনুষ্ঠিত হব বুলি সিদ্ধান্ত গ্ৰহন কৰে।

Next Story
চাকৰি