Begin typing your search above and press return to search.

শিলচৰত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন

শিলচৰত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Sep 2018 7:32 AM GMT

শিলচৰৰ কাছাৰ হিন্দীৱাসী ছাত্ৰ পৰিষদে যোৱা দেওবাৰে ইটখলা কাছাৰ হাইস্কুলত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে।এই প্ৰতিযোগিতা খন এমহহীয়া কাৰ্য্যসূচীৰে আগষ্টৰ ১৫ তাৰিখৰ পৰা ছেপ্তেম্বৰৰ ১৪তাৰিখলৈ আহিবলগীয়া হিন্দী দিৱসৰ উপলক্ষে গান্ধী ভৱনত আয়োজন কৰা এক মেগা ইভেণ্ট।এই ইভেণ্টে এক সফলতা লাভ তথা মুঠ ভিন্ন বিদ্যালয়ৰ ১৭০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই ইভেণ্টত অংশ-গ্ৰহন কৰে।

পৰিষদৰ খনৰ লগতে পূজা কুমাৰী,সন্দিপ শীল আৰু অন্যান্য সদস্য সকলে ছবি অঁকা প্ৰতিযোগিতা খনৰ নিৰীক্ষণ কৰে।আনহাতে ছেপ্তেম্বৰৰ ৯তাৰিখে ১০বজাত হিন্দী কবিতা আবৃত্তি,একক গান প্ৰতিযোগিতা দিনৰ ১বজাত কাছাৰ হাইস্কুলতে অনুষ্ঠিত কৰা হ'ব।ছেপ্তেম্বৰৰ ১৪তাৰিখে দিনৰ ২বজাৰ পৰা বটাঁ বিতৰনী সভা অনুষ্ঠিত কৰা হ'ব।

Next Story
চাকৰি