শিলচৰত বিনামুলীয়া স্বাস্থ্য সেৱাৰ আয়োজন

শিলচৰত বিনামুলীয়া স্বাস্থ্য সেৱাৰ আয়োজন
Published on

শিলচৰৰ লিঅ' ক্লাৱ আৰু শিলচৰৰ ডায়গ্নষ্টিক চেণ্টাৰৰ সহযোগত মালুগ্ৰান এলেকাত বিনামুলীয়া স্বাস্থ্য সেৱাৰ লগতে বিনামুলীয়া তেজ পৰীক্ষা,কলেষ্টৰেল পৰীক্ষা,ব্লাড চুগাৰ,হিমগ্লবিন আদি পৰীক্ষাৰ বাবে স্বাস্থ্য শিৱিৰ এটাৰ আয়োজন কৰে ।মুঠ ৬৩ জন ৰোগীৰ তেজৰ নমুনা সংগ্ৰহ কৰা হয়,স্বাস্থ্য সেৱাত অংশগ্ৰহনৰ বাবে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰে । শিলচৰ থাম্পাৰ্চ,ৰয়েল এনফিল্ডৰ ৰায়ডাৰ্চৰ দল এটাই লিঅ' ক্লাৱক সহযোগ প্ৰদান কৰে লগতে লিঅ' ক্লাৱে গান্ধী বাগে স্বচ্ছ ভাৰত অভিযানৰ সৈতে বাটৰ নাট এখনৰ উপস্থাপন কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com