Begin typing your search above and press return to search.

শিৱসাগৰত গ্ৰন্থ মেলাৰ আয়োজন

শিৱসাগৰত গ্ৰন্থ মেলাৰ আয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2018 6:54 AM GMT

সকলো প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুতি আৰম্ভ কৰিছে শিৱসাগৰ গ্ৰন্থ মেলা ২০১৮ ৰ বৰ্ষৰ ।শিৱসাগৰ জিলা প্ৰশাসন আৰু বেচৰকাৰী সংস্থা 'খোজ' লগ হৈ আয়োজন কৰা হৈছে এই বৰ্ষৰ গ্ৰন্থ মেলা । গ্ৰন্থ মেলা খন অনুষ্ঠিত হ'ব নৱেম্বৰৰ ৩ তাৰিখৰ পৰা ১৩ তাৰিখলৈ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত । ১০০টা কিতাপ প্ৰকাশনে অংশ গ্ৰহন কৰিব এই গ্ৰন্থ মেলাত । আনহাতে,বিভিন্ন একাডেমিক আৰু সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰা হ'ব । গুৰুত্বপূৰ্ন কথা উপন্যাসিক আৰু লেখক ড° পিকে দেৱ চৌধুৰীয়ে গ্ৰন্থ মেলা খন উদ্ধোধন কৰিব ।

Next Story
চাকৰি