শিৱসাগৰ জিলাত আলফাৰ লগত জড়িত ব্যক্তিক আটক

শিৱসাগৰ জিলাত আলফাৰ লগত জড়িত ব্যক্তিক আটক
Published on

শিৱসাগৰ জিলাচেপন চাহ বাগিছাৰ এলেকাৰ পৰা যোৱা সোমবাৰে নিশা সুৰক্ষা বাহিনীয়ে আলফাৰ লগত জড়িত থকা সন্দেহযুক্ত ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা ব্যক্তি জন চিনাক্ত কৰা অনুসৰি জাদৱ গগৈ(২৭) ।লোক জনৰ পৰা ৩২ৰিভলভাৰৰ সৈতে দুটা লাইভ বুলেটচ আৰু মেগজিন আৰু অন্য সন্দেহযুক্ত বস্তু উদ্ধাৰ কৰে ।ইয়াৰোপৰি আৰক্ষীয়ে (এ এছ-০৪-০-১০৪৮)মাৰুতি ভেন এখনো জব্দ কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com