Top
Begin typing your search above and press return to search.

শীৰ্ষস্থানেৰে নকআউটলৈ ব্ৰাজিল

শীৰ্ষস্থানেৰে নকআউটলৈ ব্ৰাজিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jun 2018 7:36 AM GMT

পাঁচ বাৰৰ বিশ্বচেম্পিয়ন ব্ৰাজিলে বুধবাৰে গ্ৰুপ ই'ৰ এখন খেলত চাৰ্বিয়াক ২-০ গ'লত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে।৩৬ মিনিটত পলিনহোৰ গ'লেৰে ব্ৰাজিলে অগ্ৰগতি লাভ কৰে।৬৮ মিনিটত টিয়াগ' চিলভাই আৰু এটা গ'ল প্ৰদান কৰি জয় নিশ্চিত কৰে।চাৰ্বিয়াই বহু চেষ্টা কৰিও গ'ল দিবলৈ সক্ষম নহল

Next Story