শুক্ল বৈদ্যৰ পৰিৱৰ্তন বন বিভাগৰ

শুক্ল বৈদ্যৰ পৰিৱৰ্তন বন বিভাগৰ
Published on: 

বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যই বন বিভাগৰ কিছু কাৰ্যসূচী সাল-সলনি তথা পৰিবৰ্তন আৰম্ভ কৰিছে।ৰাজস্ব বিভাগ আৰু অসম পুলিচৰ এটা দল গঠিত কৰা হৈছে যাৰ জৰিয়তে বন বিভাগৰ বিচ্যুতি সমূহ আতঁৰ কৰিবলৈ এই পদক্ষেপ গ্ৰহন কৰা হৈছে।ইতিমধ্যো কাছাৰ জিলাত এই দলে কাম আৰম্ভ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com