শোণিতপুৰৰ ৰঙাপৰাত বন্যহস্তীৰ আতংক

শোণিতপুৰৰ ৰঙাপৰাত বন্যহস্তীৰ আতংক
Published on

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ নাহৰনী চাহ বাগিচাৰ ১নং লাইনত বন্যহস্তীৰ আতংক।নিশা সোনাই ৰূপাই অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ এটা জাকে ১নং লাইনত প্ৰবেশ কৰি সন্ত্ৰাসৰ সৃষ্টী কৰাৰ লগতে প্ৰহ্লাদ কুমাৰ নামৰ এজন ব্যক্তিৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বহুতো ক্ষতি সাধন কৰে। অানহাতে হাতীৰ অাক্ৰমনৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে প্ৰহ্লাদ কুমাৰৰ পৰিয়ালটিৰ ।পুৱতি নিশালৈকে বন্যহস্তীয়ে তাণ্ডব চলাই অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰে।পিচত ৰাইজে কোনমতে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com