Begin typing your search above and press return to search.

শ্ৰদ্ধা কাপুৰ আৰু প্ৰভাসৰ নতুন ছবি “চাহো”

শ্ৰদ্ধা কাপুৰ আৰু প্ৰভাসৰ নতুন ছবি “চাহো”

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2018 11:48 AM GMT

শ্ৰদ্ধা কাপুৰ আৰু বাহুবলীৰ অভিনেতা প্ৰভাসৰ নতুনকৈ আহিবলগীয়া ছবি "চাহো"ৰ মুক্তি পোৱাৰ তাৰিখ চূড়ান্ত কৰিলে।"চাহো"ছবিৰ শ্বু্ট্যিংৰ ফটো শ্ৰদ্ধাই ইনষ্টাগ্ৰামৰ ষ্টৰীত প্ৰকাশ কৰিছে।

ছবি খনৰ প্ৰতিটো চৰিত্ৰই প্ৰকাশ কৰিছে এক বিশেষত্ব।ছবি খনৰ কাহিনীভাগ অতি সুন্দৰ আৰু বেলেগ ধৰনৰ বুলি প্ৰকাশ কৰিছে প্ৰভাস আৰু শ্ৰদ্ধাই।প্ৰতিটো চৰিত্ৰই এক ব্যতিক্ৰমী ভাব প্ৰকাশ ফুটাই তুলিছে।

"চাহো" তেলেগু,হিন্দী,তামিল এই তিনিওটা ভাষাতে প্ৰকাশ পাব।ছবি খনত মুঠ বাজেট ১৫০কোটি।

Next Story
চাকৰি