Begin typing your search above and press return to search.

ষ্টাৰ পৰিৱাৰ এৱাৰ্ড২০১৮; সৰু পৰ্দাৰ তাৰকা সকলৰ ৰেড কাৰ্পেটত খোজ

ষ্টাৰ পৰিৱাৰ এৱাৰ্ড২০১৮; সৰু পৰ্দাৰ তাৰকা সকলৰ ৰেড কাৰ্পেটত খোজ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Oct 2018 9:35 AM GMT

যোৱা শনিবাৰে অনুষ্ঠিত হৈ যায় "ষ্টাৰ পৰিৱাৰ এৱাৰ্ড ২০১৮" । ষ্টাৰ প্লাছ চেনেলটি ধাৰবাহিক সমূহৰ লগতে অন্যান্য অনুষ্ঠান সমূহৰ ওপৰত ভিত্তি কৰি বিভিন্ন বটাঁ প্ৰদান কৰা হয় অভিনেতা-অভিনেত্ৰীৰ পৰা আদি কৰি সকলো লোকক । অনুষ্ঠানটি সৰু পৰ্দাৰ বিভিন্ন তাৰকা সকল যেনে; মোচিন খান,শিৱাঙ্গী যোশী,নকুল মেহতা,ইৰিকা আদিৰ লগতে অন্যান্য গন্য-মান্য ব্যক্তি সকল উপস্থিত থাকি অনুষ্ঠানটিৰ শোভা বৰ্ধন কৰে,তলত সেই সুন্দৰ সন্ধিয়াটিৰ কিছু সুন্দৰ ফটো প্ৰকাশ কৰা হ'ল,,,,,,,

Next Story
চাকৰি