চাকৰি
ষ্টেট বেংক অৱ ইণ্ডিয়াত ফাৰ্মাচিষ্টৰ পদ খালী
ষ্টেট বেংক অৱ ইণ্ডিয়াত ফাৰ্মাচিষ্টৰ পদ খালী
পদৰ নামঃ ফাৰ্মাচিষ্ট
অৰ্হতাঃ বি ফাৰ্ম,এম ফাৰ্ম
খালী হৈ থকা পদৰ সংখ্যাঃ ০১
দৰমহাঃ প্ৰতি মাহে ৩৬,০০০ টকা
অভিজ্ঞতাঃ ০-১
আবেদনৰ শেষ তাৰিখঃ ৩১/০৫/২০১৯
এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক