সকলোকে মুহিত কৰে কৰিনা আৰু টাইমুৰৰ ফটোৰ ষ্টাইলে

সকলোকে মুহিত কৰে কৰিনা আৰু টাইমুৰৰ ফটোৰ ষ্টাইলে
Published on: 

কৰিনা কাপুত খান আৰু পুত্ৰ টাইমুৰ কেতিয়াও সংবাদ মাধ্যমৰ চকুৰ আগৰ পৰা হাত সাৰিব নোৱাৰে ।হয়,কৰিনা আৰু শ্বেইফৰ পুত্ৰ টাইমুৰ বলীউদৰ আটাইতকৈ মৰমলগা শিশু বুলিব পাৰি । সংবাদ মাধ্যমে প্ৰতি দিনাই এটা নহয় এটা খবৰে টাইমুৰক আৱদ্ধ নকৰাকৈ নাথাকে । সেয়ে আজি আমি আপোনালোকলৈ আগবঢ়াইছো কেমেৰাই য'তে ত'তে আৱদ্ধ কৰা কৰিনা আৰু টাইমুৰৰ কিছু সুন্দৰ ফটো ।

https://www.instagram.com/p/BoUFJgPnk4-/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/BlPxHGKnk_X/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/BlVH6sFnJa-/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/Bjj_zSBnhXa/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/BjK1TQgnz7O/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/Bijnz-qnHuR/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/Bdsgp46HHaE/?hl=en&taken-by=therealkareenakapoor

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com