Top
Begin typing your search above and press return to search.

সমলিংগীয় সন্দৰ্ভত ঐতিহাসিক ৰায়দান উচ্চতম ন্যায়ালয়ৰ

সমলিংগীয় সন্দৰ্ভত ঐতিহাসিক ৰায়দান উচ্চতম ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Sep 2018 8:01 AM GMT

দেশৰ উচ্চতম ন্যায়ালয়ে আজি সমলিংগীয় সকলৰ পক্ষে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে । দেশত এতিয়াৰে পৰা বৈধ হৈ পৰিব সমলিংগীয় সম্পৰ্ক । মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বাধীন সংবিধানপিঠৰ এই ঐতিহাসিক ৰায়দান । সমকামিতা কোনো অপৰাধ নহয় বুলি জানিবলৈ দিয়ে উচ্চতম ন্যায়ালয়ে । বিতৰ্কিত সংবিধানৰ ৩৭৭ নং ধাৰা বাতিল কৰি সমলিংগীয় সকলৰ সপক্ষে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে । এই ৰায়দানৰ পিছতে সমগ্ৰ দেশত সমলিংগীয় লোক সকলৰ মাজত এক আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ।

Next Story