Begin typing your search above and press return to search.

সম্পূৰ্ন হ'ল ছাহিদ আৰু মীৰা ৰাজপুতৰ সৰু আৰু সুখী পৰিয়াল

সম্পূৰ্ন হল ছাহিদ আৰু মীৰা ৰাজপুতৰ সৰু আৰু সুখী পৰিয়াল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Sep 2018 10:04 AM GMT

বলিউদৰ চকলেট বয় ৰূপে খ্যাত ছাহিদ কাপুৰ আৰু মীৰা ৰাজপুতৰ জন্ম পালে এটি ল'ৰা।এই খবৰে সমগ্ৰ বলীউদতে এক আনন্দৰ ঢ়ৌৱে বিৰাজ কৰিছে।প্ৰথম কন্যা সন্তান মিশাৰ পিছত এইবাৰ জন্ম পালে এটি ল'ৰা সন্তান।এই সুখৰ সময়ত বলীউদৰ ভিন্ন তাৰকা সকলে যেনে; আলিয়া,চৌনমে জনালে অভিনন্দন।

ছাহিদ আৰু মীৰাৰ পৰিয়ালটি সম্পূৰ্ন হোৱাত অত্যন্ত সুখী ছাহিদৰ পিতৃ পংকজ কাপুৰ।

ইয়াৰ উপৰিও ছাহিদৰ নতুন ছবি 'বট্টি গুল মিটাৰ চালু' কিছুদিন পিছত মুক্তি পাব আৰু সেয়েহে বৰ্তমান ছাহিদ ছবি খনৰ প্ৰমোচনক লৈও ব্যস্ত হৈ থকাৰ কথা জানিব পৰা গৈছে।

Next Story
চাকৰি