সাংসদ আৰ পি শৰ্মাৰ কন্যাৰ জামিন মঞ্জুৰ

সাংসদ আৰ পি শৰ্মাৰ কন্যাৰ জামিন মঞ্জুৰ
Published on: 

অসম লোকসেৱা আয়োগ কেলেঙ্কাৰীৰ অভিযুক্ত হৈ গ্ৰেপ্তাৰ হবলগীয়া হোৱা তেজপুৰৰ ভাৰতীয় জনতা পাৰ্টী দলৰ সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাৰ জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।পিতৃৰ অসুস্থতাৰ বাবেই এপিএছ পল্লৱী শৰ্মাৰ জামিন মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মীৰ আলফাজ আলীৰ ন্যায়ালয়ে।সাংসদ আৰ পি শৰ্মাৰ শৰীৰত কিডনী সংৰোপন কৰাৰ পিছতে সাংসদ গৰাকীৰ স্বাস্থ্যৰ অধিকMP অৱনতি ঘটিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com