Begin typing your search above and press return to search.

'সাব্যাশাসী'ৰ ট্ৰেইলাৰ মুকলি

সাব্যাশাসীৰ ট্ৰেইলাৰ মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Oct 2018 9:40 AM GMT

শেহতীয়াকৈ মুক্তি পালে 'সাব্যাশাসী'ৰ ট্ৰেইলাৰ ।৪৫ চেকেণ্ডৰ ট্ৰেইলাৰটোৱে ছবি খনৰ থলুমুল আভাস দাঙি ধৰিছে । ছবি খনৰ মুল কাহিনীভাগ হৈছে এটা শৰীৰতে দুটা যজা সন্তানৰ জীৱনৰ ওপৰত নিৰ্মান কৰা হৈছে ।ছবি খনত মাধৱনে এটি গুৰুত্বপূৰ্ন ক্ৰচিয়েল চৰিত্ৰত অভিনয় কৰিছে লগতে আন এটা গুৰুত্বপূৰ্ন চৰিত্ৰত অভিনয় কৰিব নাগা চ্যাত্তানিয়াই। নাগা চ্যাত্তানিয়াৰ বৰ্তমান অতি সুন্দৰ সময় চলি আছে,কিয়নো শইলাজ ৰেদ্দী অল্লুদুচৰ নিৰ্মিত ছবিয়ে বক্স অফিচ ক্ৰয় কৰিবলৈ সক্ষম হৈছে আৰু আশা কৰিব পাৰি যে 'সাব্যাশাসী' ছবি খনেও অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব। সাব্যাশাসী' ছবি খন মুলত হাতৰ কোনো যাদুৰ ওপৰত দেখিবলৈ পোৱা যাব । তলত ছবি খনৰ ট্ৰেইলাৰটি প্ৰকাশ কৰা হ'ক,……

https://twitter.com/chay_akkineni/status/1046618498242236416?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1046618498242236416&ref_url=https://www.bollywoodlife.com/news-gossip/savyasachi-teaser-madhavans-sneaky-gaze-and-naga-chaitanyas-action-will-leave-you-wanting-for-more-watch-video/

ইয়াৰোপৰি ছবি খনত চ্যাত্তানিয়াৰ বিপৰীতে নিধি আগৰৱালে অভিনয় কৰিব লগতে ভূমিকা চাউলাকো দেখা পোৱা যাব ।

Next Story
চাকৰি