সিদ্ধাৰ্থ মলহোত্ৰাই কৰিব বিক্ৰম বট্ৰাৰ বায়’পিক

সিদ্ধাৰ্থ মলহোত্ৰাই কৰিব বিক্ৰম বট্ৰাৰ বায়’পিক
Published on: 

অভিনেতা সিদ্ধাৰ্থ মলহোত্ৰাই জনাইছে যে,কাৰ্গিল যুদ্ধৰ কেপ্তেইন শ্বহীদ বিক্ৰম বট্ৰাৰ চৰিত্ৰটি ৰূপায়ন কৰা অতি কঠিন।বিক্ৰম বট্ৰাৰ চৰিত্ৰত অভিনয় কৰাটো এটা ডাঙৰ দায়িত্ব,যিয়ে পৰম বীৰ চক্ৰ বটাঁ পাবলৈ সক্ষম হৈছিল।

ধৰ্মা প্ৰডাক্টচন আৰু চাবিৰ বক্সৱালাই এই বিক্ৰম বট্ৰাৰ বায়'পিক ছবি খনৰ নিৰ্দেশক বিষ্ণু বৰাধন।জানিব পৰা মতে ছবি খনত সিদ্ধাৰ্থ মলহোত্ৰাৰ বিপৰীতে কিয়াৰা আদৱানীক দেখা পোৱা যাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com