সীমা অঞ্চলৰ বিদ্যালয়ত বায়'টইলেত নিৰ্মান

সীমা অঞ্চলৰ বিদ্যালয়ত বায়'টইলেত নিৰ্মান
Published on

ধুবুৰী জিলাত গোলকগঞ্জৰ চেক্টৰৰত পাহাৰত থকা বিএছএফৰ ১১০ বেটেলিয়ানে শিভিক এক্সন প্ৰগামৰ অধীনত বায়'টইলেট নিৰ্মান কৰাৰ লগতে বেঞ্চ-ডেস্ক বিতৰন কৰা হয়।শিভিক এক্সন প্ৰগামৰ বিতৰন অনুষ্ঠান খন আনুষ্ঠানিক ভাৱে অনুষ্ঠিত হয়, বিএছএফৰ দ্বিতীয় ১১০ কমাণ্ডৰ জাটশংকাৰ চৌহানে উদ্ধোধন কৰে।

লক্ষীমাৰী হাইস্কুলত এটা বায়'টইলেট নিৰ্মান,কেদাৰ আদ্দা নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ফাওচেখৰকুটী নিম্ন প্ৰাথমিক বিদ্যালয়ত বায়'টইলেট নিৰ্মান কৰা হয় আনহাতে ভগাদঙ্গা নিম্ন প্ৰাথমিক বিদ্যালয়ত আৰু কেদাৰ আদ্দা নিম্ন প্ৰাথমিক বিদ্যালয়ত ডেক্স-বেঞ্চ বিতৰন কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com