'সুই ধাগা মেড ইন ইণ্ডিয়া' ছবিৰ প্ৰমোচন; নিউ দিল্লী

'সুই ধাগা মেড ইন ইণ্ডিয়া' ছবিৰ প্ৰমোচন; নিউ দিল্লী
Published on

অনুষ্কা শৰ্মা আৰু বৰুন ধাৱনৰ অতিকৈ চৰ্চাত থকা ছবি 'সুই ধাগা মেড ইন ইণ্ডিয়া'ৰ প্ৰমোচনৰ বাব যোৱা ২৪ ছেপ্তেম্বৰত উপস্থিত হৈছিল নিউ দিল্লীৰ আগশাৰী শিক্ষানুষ্ঠান হিন্দু বিশ্ববিদ্যালয়ত । সেই মূহৰ্তৰ কিছু ফটো তলত প্ৰকাশ কৰা হ'ল......

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com