Begin typing your search above and press return to search.

সোণাৰিৰ টিয়ক চাহ বাগিছাত গাঞ্জাসহ আটক এজন

সোণাৰিৰ টিয়ক চাহ বাগিছাত গাঞ্জাসহ আটক এজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Sep 2018 12:08 PM GMT

চৰাইদেউ জিলাৰ সোণাৰিৰ টিয়ক চাহ বাগিছাত গাঞ্জাসহ আটক এজন।টিয়ক বাগিছাৰ ওড়িয়া লাইনত স্থানীয় চাহ শ্ৰমিক ৰাইজে প্ৰায় ৫ কে জি নিষিদ্ধ গাঞ্জাসহ আটক কৰিছে স্বপন পাল নামৰ গাঞ্জা বেপাৰীটোক।ধৃত স্বপন পালৰ ঘৰ সোণাৰি ভৱানীপূৰত।নগালেণ্ডৰ পৰা এই গাঞ্জা আনি বিভিন্ন ঠাইত বিক্ৰী কৰি আহিছিল পালে।ঘটনাস্থলিত সোণাৰি আৰক্ষী উপস্থিত হৈ আটক কৰিছে ধৃত গাঞ্জা বেপাৰীক।

Next Story