Begin typing your search above and press return to search.
সোণাৰিৰ প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

সোনাৰিৰ প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কেন্দ্ৰটোৰ পৰিচালক হেমন্ত চাহুৱে পৰীক্ষাৰ নামত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ আনিছে ছাত্ৰ-ছাত্ৰী সকলে।অনিয়মীয়া ছাত্ৰ-ছাত্ৰীক টকাৰ বিনিময়ত অন্য ছাত্ৰ-ছাত্ৰীৰ হতুৱাই পৰীক্ষা দিয়াই উত্তীৰ্ণ কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে। পৰিচালক হেমন্ত চাহুৰ মইমতালিত অতিষ্ঠ হৈ পৰিছে ছাত্র-ছাত্ৰী সকল। ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকল তলা ওলমাই দিলে কেন্দ্ৰটোত।
Next Story