দিব্যাংগ সকলৰ উত্তাল প্ৰতিবাদত সমগ্ৰ সোণাপুৰ চহৰত অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সুকীয়া মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ৰাজ্য চৰকাৰক দাবী জনাই। তেওঁলোকৰ চাকৰি সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে অতি সোনকালে ব্যৱস্থা লবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে। চৰকাৰে তেওঁলোকক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ তুলি পৰিস্থিতি উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে।
Begin typing your search above and press return to search.