Begin typing your search above and press return to search.
সোনালী ব্ৰেণ্ডেই আগবঢ়োৱা বন্ধুত্ব দিৱসৰ ফটো

সোনালী ব্ৰেণ্ডেইৰ কেঞ্চাৰ বেমাৰৰ প্ৰতিশোধৰ বাবে অলপদিন পূৰ্বেই নিউয়ৰ্কৰ এখন হাস্পতালত চিকিৎসাৰ বাবে ভৰ্ত্তি হৈ আছে।অভিনেত্ৰী গৰাকীয়ে চ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁৰ অনুৰাগী সকলক তেওঁৰ বেমাৰৰ বিষয়ে সদৰী কৰে।তেওঁ অতি ধনাত্মক ভাৱে চ'চিয়েল মিডিয়াৰ যোগেদি পোষ্টটি শ্ৰেয়াৰ কৰিছে।আৰু তেওঁৰ নতুন পোষ্ট হৈছে যোৱাকালি হৈ যোৱা "ফ্ৰেণ্ডশ্বিপ ডে' তথা বন্ধুত্ব দিৱসৰ এটি সুন্দৰ ফটো।
সোনালীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰা ফটো খনত আছে,তেওঁৰ বান্ধবী চুজেন খান আৰু গায়ত্ৰী অবৰয়,ফটো খনত অতি সুন্দৰকৈ ধনাত্মকভাৱে কিছুকথা লিখি দিছে।কিছুদিন পূৰ্বেই সোনালীয়ে নিজৰ চিকিৎসাৰ বাবে চুলি কাটি দিছিল।সেয়ে ফটো খনত দেখা অনুসৰি তেওঁৰ বৰ্তমান সম্পূৰ্ণ চুলি সৰি গৈছে একমাত্ৰ চিকিৎসাৰ বাবে।
Next Story