Begin typing your search above and press return to search.

সোমবাৰে প্ৰকাশিত এনআৰচিত বহু অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

সোমবাৰে প্ৰকাশিত এনআৰচিত বহু অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:13 AM GMT

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত এখন শুদ্ধ এনআৰচি পাব বুলি আশা কৰিছিল লগতে যোৱা সোমবাৰে প্ৰকাশ পোৱা এনআৰচি খনত বহু লিকেজ আছে বুলি মন্তব্য প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

কংগ্ৰেছেই হৈছে এনআৰচিৰ জন্মদাতা।ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে বহুখিনি কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।তেওঁ মত সদৰী কৰা অনুসৰি এনআৰচি আৰম্ভ কৰিছিল দীপক শৰ্মা নামৰ এজন বিষয়াই।কিন্তু দীপক শৰ্মাৰ নাম লোৱাৰ পৰিবৰ্তে প্ৰতীক হাজেলাৰ নামহে মানুহে বেছিকৈ লৈছে বুলি তেওঁ মত প্ৰকাশ কৰে।নাগৰিকত্ব সংশধোনী বিধেয়ক সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে তৰুন গগৈয়ে।

Next Story
চাকৰি