Begin typing your search above and press return to search.
স্থান দখল কৰা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

যোৱা সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ জিলা পুঠিভঁৰালত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা,হাই-মাদ্ৰাছা পৰীক্ষা,উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু ইউপিএচচিৰ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক কৃষ্ণ কান্ত সৈন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ হিতেশ ডেকাই সম্বৰ্ধনা জ্ঞাপন কৰে।
Next Story