Begin typing your search above and press return to search.

স্বৰ্ণ পদক জিনিলে অংকুশিতাই

স্বৰ্ণ পদক জিনিলে অংকুশিতাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Oct 2018 2:17 PM GMT

অসমৰ বক্সাৰ অংকুশিতা বড়োৰ সাফল্য । মনিপুৰৰ ৰাজধানী ইম্ফলত বুধবাৰৰ পৰা অনুস্থিত হোৱা প্ৰথম নৰ্থ-ইষ্ট অলিম্পিক গেম্ছত জিনিলে স্বৰ্ণ পদক । প্ৰতিযোগিতাখনৰ বক্সিঙত সোণৰ পদক অৰ্জন খেলুৱৈগৰাকীৰ । মণিপুৰৰ বক্সাৰক পৰাস্ত কৰি অংকুশিতাই জিনিলে স্বৰ্ণ পদক ।

Next Story