হঠাৎ সক্ৰিয় ৰূপত অসমৰ ৰাজ্যসভাৰ সাংসদ সংঞ্জয় সিং

হঠাৎ সক্ৰিয় ৰূপত অসমৰ ৰাজ্যসভাৰ সাংসদ সংঞ্জয় সিং
Published on

হঠাৎ অসমলৈ মনত পৰিল অসমৰ ৰাজ্যসভাৰ সাংসদ তথা আমেথিৰ ৰাজকুমাৰ সঞ্জয় সিঙৰ।ৰাজ্যসভাৰ মজিয়াত এনআৰচি সন্দৰ্ভত সাংসদজনে কয় যে এনআৰচিৰ নামত অসমৰ ৰাইজক চৰকাৰে কৰিছে।এনআৰচিৰ চূড়ান্ত খচৰা নামত অনিয়মৰ অভিযোগ তোলে সাংসদজনে।সাংসদ সঞ্জয় সিঙে উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন বিজেপি চৰকাৰে এনআৰচিৰ নামত ভেকোভাওনা পাতিছে।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা এই সন্দৰ্ভত কৈফিয়ৎ বিচাৰিলে সাংসদজনে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com