যোৱা শুক্ৰবাৰে যোৰহাটত সদৌ অসম ছাত্ৰ সন্থা আৰু কেন্দ্ৰীয় কমিটীৰ জনপ্ৰচাৰৰ সভাপতি জুল খাউণ্ডৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ বিৰুদ্ধে এক বৃহৎ গণপ্ৰতিবাদৰ ৰেলী উলিয়াই।এই ৰেলীত বহুতো স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে।এই বিল কেতিয়াও মানি নলও বুলি কোৱাৰ উপৰিও মোদী আৰু সোণোৱাল চৰকাৰক দোষাৰোপ কৰিছে।
Begin typing your search above and press return to search.