হিৰইন' উদ্ধাৰ,এজনক গ্ৰেপ্তাৰ

হিৰইন' উদ্ধাৰ,এজনক গ্ৰেপ্তাৰ
Published on

কাছাৰ আৰক্ষীৰ সহায়ত এক বিশেষ দল তৈয়াৰ কৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। বুধ বাৰে গধুলি কৰিমগঞ্জ জিলাৰ নতুন বজাৰৰ লক্ষীচৰন ৰোড'ৰ পৰা মহম্মদ মজিবুৰ ৰহমান নামৰ এজনক গ্ৰেপ্তাৰ কৰে।ধৃত লোক জনৰ পৰা ৫গ্ৰাম সন্দেহকাৰী হিৰ'ইন উদ্ধাৰ কৰে।বৰ্তমানেও হিৰ'ইনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে লগতে গ্ৰেপ্তাৰ কৰা মজিবুৰ ৰহমানক কাৰাগাৰলৈ প্ৰেৰন কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com