মনোৰঞ্জন

হেপী বাৰ্থ ডে অভিষেক বচ্চন:পিছে কোন কোন বি টাউনৰ চেলীব্ৰেটীয়ে দিলে অভিষেকক শুভেচ্ছা ?

অভিষেক বচ্চন
অভিষেক বচ্চন

আজি বলীউডৰ অভিনেতা অভিষেক বচ্চনৰ (ASbhishek Bachchan) ৪৩ সংখ্যক জন্মদিন। প্ৰথমতে অভিষেক বচ্চনক জন্ম দিনৰ বহুত শুভেচ্ছা৷বি টাউনৰ বিগ বি অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ পুত্ৰ অভিষেক বচ্চক বলীউডৰ বহু চেলীব্ৰেটীয়ে ছ’চিয়েল মিডিয়া যোগে দিছে অলেখ শুভকামনা ৷চাওঁ আহক বলীউডৰ কোন কোন চেলীব্ৰেটীয়ে দিছে অভিষেকক জন্মদিনৰ শুভেচ্ছাঃ

বলীউডৰ অভিনেত্ৰী তথা অভিষেক বচ্চন পত্নী ঐশ্বয্য ৰায় বচ্চনেও ইনষ্টাগ্ৰামৰ জৰিয়তে দিলে জন্ম দিনৰ শুভেচ্ছা

অভিনেতা জন আব্ৰাহামে ইনষ্টাগ্ৰাম একাউন্টৰ জৰিয়তে অভিষেকক দিলে জন্ম দিনৰ শুভেছা :

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সোনালী ব্ৰেন্দ্ৰেয়েও অভিষেকৰ এক পুৰণি ফ’টো শ্বেয়াৰ কৰি দিলে জন্ম দিনৰ শুভেচ্ছা ৷

অভিষেক বচ্চনৰ ভনীয়েক সুৱেতা বচ্চনেও অভিষেকক দিলে জন্ম দিনৰ কাৰণে মনৰ জোখাৰে শুভেচ্ছা ৷

View this post on Instagram

Love you beyond words and reason ♥️

A post shared by S (@shwetabachchan) on

পৰিচালক,প্ৰযোজক, অভিনেতা কৰণ জোহৰেও দিলে অভিষেকক জন্ম দিনৰ শুভেচ্ছাঃ

 

অধিক জানিবৰ বাবে পঢ়ক : মনোৰঞ্জন