হেপ্পী বাৰ্থ ডে' আয়ুশমান খূড়ানা

হেপ্পী বাৰ্থ ডে' আয়ুশমান খূড়ানা
Published on

বলীউদ অভিনেতা,গায়ক,থিয়েটাৰ অভিনেতা,বহুমুখী প্ৰতিভাৰে পৰিপূৰ্ন বলীউদৰ অন্যতম আগশাৰী হেনছম বয় আয়ুশমান খূৰানাৰ আজি ৪৪সংখ্যক ওপজা দিন।এম টিভিত সম্প্ৰসাৰিত ৰিয়েলিটী অনুষ্ঠানৰ ৰোডিচ-২ৰ বিজয়ী আছিল।৩৪ বছৰ হোৱা আয়ুশমান খূড়ানাক য়গা ফেন তথা নিয়মিত ভাৱে য়গা কৰি নিজে শাৰীৰিক চৰ্চা কৰে।আয়ুশমানৰ ব্যক্তিগত শাৰীৰিক প্ৰশিক্ষক মুম্বাইৰ শাৰীৰিক বিশেষজ্ঞ বিনোদ চান্নাই আয়ুশমানৰ শাৰীৰিক চৰ্চা কৰাত সহায় কৰে।

১৯৮৪চনৰ আজিৰ দিনটোত শন্দিগড়ত জন্মগ্ৰহন কৰা আয়ূশমান খূড়ানা এগৰাকী ভিডিঅ' জকে আৰু ৰেডিঅ' জকে।তেওঁৰ পত্নী তাহিৰা কাশ্যপৰ সৈতে দুটাকৈ সন্তানৰ পিতৃ আয়ূশমানৰ এখন সুখৰ সংসাৰ আছে।

বহুমুখী প্ৰতিভা সম্পন্ন এইগৰাকী অভিনেতালৈ জন্মদিনৰ অশেষ শুভকামনা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com