Begin typing your search above and press return to search.

"হেপ্পী বাৰ্থ ডে" কিং খান : শ্বাহৰুখ খানে বেলকনীৰ পৰাই জনালে অনুৰাগী সকলক ধন্যবাদ;ফটো আৰু ভিডিঅ'

হেপ্পী বাৰ্থ ডে কিং খান : শ্বাহৰুখ খানে বেলকনীৰ পৰাই জনালে অনুৰাগী সকলক ধন্যবাদ;ফটো আৰু ভিডিঅ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2018 11:11 AM GMT

প্ৰতিবছৰে শ্বাহৰুখ খানৰ জন্মদিনৰ দিনা নিজ ঘৰ "মন্নত"ৰ বাহিৰথ হাজাৰ জন অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা যায় । ঠিক এইবাৰো ব্যতিক্ৰম ন'হল সেই একে কথাৰ । প্ৰতিবছৰৰ দৰে এইবাৰো তেওঁৰ ঘৰৰ বাহিৰত ভিৰ কৰিলেহি তেওঁৰ অলেখ অনুৰাগী সকলে । ঘৰৰ বাহিৰত ৰৈ থকা অনুৰাগী সকলক ধন্যবাদ জনাবলৈ শ্বাহৰুখ খানে বেলকনিলৈ আহি ধন্যবাদ জনালে । এই সময়ত শ্বাহৰুখ খানে নীলা ৰঙৰ চাৰ্ট আৰু কলা ৰঙৰ ট্ৰাউজৰ পৰিধান কৰি আছিল । তলত ফটো প্ৰকাশ কৰা হ'ল……………

https://twitter.com/teamsrkfc/status/1058053926782689285?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1058053926782689285&ref_url=https://www.bollywoodlife.com/hi/news-gossip/happybirthdaysrk-shah-rukh-khan-waved-hand-on-his-birthday-eve-to-fans-waiting-outside-mannat-view-pics/

https://twitter.com/HanifTheSRKian/status/1058057311942373376?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1058057311942373376&ref_url=https://www.bollywoodlife.com/hi/news-gossip/happybirthdaysrk-shah-rukh-khan-waved-hand-on-his-birthday-eve-to-fans-waiting-outside-mannat-view-pics/

Next Story
চাকৰি