সৰু পৰ্দাৰ পৰা আৰম্ভ কৰি বলীউদৰ 'ৰক অন' ছবি খনৰ জৰিয়তে প্ৰৱেশ কৰা প্ৰাচী দেশাই অতি সুন্দৰ আৰু ষ্টাইলিচ অভিনেত্ৰী।'কছম চে' ধাৰাবাহিক খনৰ পৰা অভিনয় আৰম্ভ কৰা এইগৰাকী মোহময়ী অভিনেত্ৰী গৰাকীৰ আজি ৩০সংখ্যক জন্মদিন। মোহময়ী গৰাকীৰ কিছুমান সুন্দৰ ইনষ্টাগ্ৰাম ফটো তলত প্ৰকাশ কৰা হ'ল…………
Begin typing your search above and press return to search.